অসম

টেঙাখাটত অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ, টেঙাখাত: লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত হয়। সভাত মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মৰ্জিনা গগৈ, জ্যেষ্ঠ শিক্ষক হিৰণ্য সেনাপতিৰ লগতে কনৌজ শইকীয়া, যাদৱ গগৈ, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল গগৈ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close