অসম

টেঙাখাতত ধুমুহাত ক্ষতিসাধন

প্ৰথম খবৰ,টেঙাখাত : সমগ্ৰ ৰাজ্য গৰমত দহি থকাৰ অন্তত আজি পুৱা ৪ বজাত অহা এজাক বতাহে শীতল কৰাৰ লগতে ধুমুহাই অঞ্চলত কিছু প্ৰভাৱ পেলায়। লাহোৱালৰ ঘোৰাঁমৰা আৰক্ষী চকীৰ অন্তৰ্গত ১ নং চিৰিংহোলা গাঁৱৰ লম্বোদৰ কোঁৱৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয়। গাঁওখনৰ আৰু কিছু ক্ষতি হৈছে যদিও বিস্তৰ নহয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close