অসম

টেঙাখাতত বৃহত্তৰ গণ সন্মিলন

প্ৰথম খবৰ, টেঙাখাত: অসমৰ চিৰিংহোলা আঞ্চলিক সমিতিৰ উদ্যোগত এক সম্বর্ধনা অনুষ্ঠান চিৰিংহোলাত অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, শিক্ষা সম্পাদিকাৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে । চেণ্ট’ ডমিনিক হাইস্কুলৰ শিক্ষক ভৱেন্দ্ৰ নাথ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই চিৰিংহোলা আঞ্চলিক সমিতিৰ সভাপতি দিব্যজ্যোতি গগৈয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close