অসম

ডিকমত পথ দুৰ্ঘটনা

প্ৰথম খবৰ,লাহোৱাল: ডিকম আৰক্ষী চকীৰ অন্তৰ্গত নাদুৱা চাইডিংঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বাইক আৰু জাইল’ গাড়ীৰ মুখামুখি সংঘৰ্ষ ৷ তিনিচুকীয়াৰ পৰা মোহনবাৰী বিমান বন্দৰ অভিমুখী AR14-0159 নম্বৰ গাড়ীখনে বিপৰীত দিশৰ পৰা পৰা অহা AS06R-6659 নম্বৰ মটৰ বাইক খনক খুন্দা মাৰে। বৰ্তমান গুৰুতৰভাবে আহত হোৱা মটৰ বাইকৰ গৰাকীৰ লগতে গাড়ীখনত অহা অৰুণাচলৰ ৫ জন ব্যক্তিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। সংকটজনকভাবে আহত হোৱা মটৰ চাইকেলৰ গৰাকী মাকুমৰ বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close