অসম

ডিকম আৰক্ষী চকী ঘেৰাও শ্ৰমিকৰ

প্ৰথম খবৰ,লাহোৱাল: ডিকম মদাৰখাত বাগিছাৰ কৰ্মচাৰী ৰঞ্জিত দত্তই এগৰাকী মহিলা শ্ৰমিকক অশালীন ব্যৱহাৰ কৰা অভিযোগ উঠিছে। কৰ্মচাৰী গৰাকীক গ্ৰেপ্তাৰৰ দাবীত আজি স্থানীয় শ্ৰমিক গোট , আটছা লাহোৱাল শাখাই কেইবাঘন্টা ডিকম আৰক্ষী চকী ঘেৰাও কাৰ্য ৰূপায়ণ কৰে। অহা ২৪ ঘন্টা ভিতৰত অভিযুক্ত ব্যক্তি গৰাকী আৰক্ষী য়ে গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি ভয়াবহ হোৱাৰ ইংগিত বহন কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close