অসম

ডিব্ৰুগড়ত ভানু

প্ৰথম খবৰ,লাহোৱাল: ডিব্ৰুগড় নগৰত আজি উপস্থিত হল ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু। ডিব্ৰুগড়ত অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্য্যসূচীৰ অধীনত চলি থকা ডিব্ৰুগড় নগৰ সুৰক্ষা নলাৰ লগতে আনুষংগিক নিৰ্মাণৰ কাম কাজ পৰিদৰ্শন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close