অসম

ঢকুৱাখনাৰ ব্যক্তিগত ছাত্ৰী নিৱাসত চুৰি কাণ্ড

  1. প্ৰথম খবৰ, ঢকুৱাখনা: এইবাৰ চুৰৰ টাৰ্গেট ব্যক্তিগত ছাত্ৰী নিৱাসৰ। যোৱা কালি ৰাতি ঢকুৱাখনাৰ এটা ব্যক্তিগত ছাত্ৰী নিৱাসত সংঘটিত হয় এক চুৰি কাণ্ড। চুৰে বৰষুণৰ সুযোগ বুজি ছাত্ৰী নিৱাসত প্ৰৱেশ কৰি ATM কাৰ্ড, VOTER কাৰ্ডৰ নিয়া লগতে কিছু পৰিমাণৰ পইচাৰ নিবলৈ সক্ষম হয় । ঢকুৱাখনা নগৰ খনত বছৰে বছৰে কেইবাটাও চুৰি কাৰ্য সংঘটিত হোৱা সত্বেও আৰক্ষীয়ে আজিলৈকে কোনো এজন চুৰকে কৰায়ত্ব কৰিব নোৱাৰাটো এক ৰহস্য বিষয়। এতিয়া ছাত্ৰী সকসকলৰ লগতে স্থানীয় ৰাইজেও এই চুৰি কাৰ্যত লিপ্ত থকা ব্যক্তিক অতি সোনকালে কৰায়ত্ব কৰিবলৈ প্ৰশাসনক দাবী জনায় ।

 

Related Articles

Leave a Reply

Close