অসম

ঢকুৱাখনা চেলাজানবাসীৰ বিভিন্ন সমস্যাৰ বুজ ললে লখিমপুৰৰ উপায়ুক্তই

প্ৰথম খবৰ,ঢকুৱাখনা: আজি ঢকুৱাখনাত গাঁৱৰ বিভিন্ন অঞ্চলসমূহ পৰিদৰ্শন কৰিলে লখিমপুৰ জিলাৰ উপায়ুক্তই ৷ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মীৰ সৈতে ঢকুৱাখনাৰ চেলাজান গাওঁবাসীৰ কাষলৈ গৈ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত উপায়ুক্তই গাঁৱৰ সকলো সমস্যা দূৰ কৰা ক্ষেত্ৰতো কিছু গুৰুত্ব দিব বুলি জানিবলৈ দিয়ে ৷

Related Articles

Leave a Reply

Close