অসম

ঢকুৱাখনা সমষ্টিৰ জৰাজীৰ্ণ দুৰ্বল দলং পৰিদৰ্শন কৰিলে সাংসদ প্ৰদান বৰুৱাই

প্ৰথম খবৰ,ঢকুৱাখনা: আজি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত কাকৈ ৰাজগড় আৰু বোকানলা গাওঁবাসীৰ ওচৰত উপস্থিত হয় । গাঁৱৰ বিভিন্ন সমস্যাৰাজিৰ বুজ লোৱা লগতে কাকৈ ৰাজগড় আৰু বোকানলাৰ দীৰ্ঘা জৰাজীৰ্ণ দুৰ্বল দলং দুখন পৰিদৰ্শন কৰা লগতে সাংসদ গৰাকীয়ে কয় যে অতি সোনকালে এই দলং দুখন পকীকৰণৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে ৷

Related Articles

Leave a Reply

Close