অসম

ঢেকিয়াজুলি চহৰৰ পৰা কিশোৰ নিৰুদ্দেশ

প্ৰথম খবৰ, ঠেলামাৰা: ঢেকিয়াজুলি চহৰৰ ৮ নং ৱাৰ্ডৰ তামূলি ৰোডৰ বাসিন্দা শ্ৰী সুভাষ ভৌমিক আৰু কৃষ্ণা ভৌমিকৰ প্ৰথম সন্তান শ্ৰী জয়ন্ত ভৌমিক {১৮} যোৱা ২৩\০৬\২০১৭ তাৰিখ টিউচন যোৱা পথৰ পৰা নিৰুদ্দেশ হয় । কোনো সদাশয় লোকে এই বিষয়ে কোনো খবৰ পালে ৯৮৫৪৩২০০৬৮ নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো ।

Related Articles

Leave a Reply

Close