অসম

তেজপুৰত নাৰী মুক্তিৰ দাবীত ধৰ্ণা

প্ৰথম খবৰ, তেজপুৰ: নাৰী সকলক সুৰক্ষা দিয়ক ,নাৰী অধিকাৰ আইন বলবৎ কৰক আদি দাবী পুৰণৰ বাবে তেজপুৰ আদালত চাৰি আলিত তেজপুৰৰ মহিলা সকলে অৱস্থান ধমৰ্ঘট কাৰ্য্যসুচী পালন কৰে। বৃহত্তৰ তেজপুৰ মহিলা ঐক্যমঞ্চ মুখ্য আহ্বায়িকা ৰাজু বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কাৰ্য্যসুচী জৰিয়তে ধমৰ্ঘট পালন কৰি তেজপুৰ চহৰ উত্তাল কৰি তোলে ।

Related Articles

Leave a Reply

Close