Uncategorizedঅসম

দলং নে মৰণফান্দ!

গহপুৰৰ জাৰণী গাওঁ, বৰডোপ, মিকিৰবৰা চুক শকুৰা সংযোগী দলং এইখন৷

চেংমৰা নৈৰ ওপৰত থকা এইখন দলঙেৰে হাতত প্ৰাণটো লৈ যাতায়ত কৰে হাজাৰ হাজাৰ লোকে৷ এনে দলং এতিয়াও আছে ৰাজ্যৰ বহু গ্ৰাম্যাঞ্চলত৷

Related Articles

Leave a Reply

Close