অসম

দিনজান সামৰিক বাহিনী শিৱিৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে বীৰ লাচিত বৰফুকনৰ প্ৰতিমুৰ্তি

প্ৰথম খবৰ, নিউজ ব্যুৰ’ : দিনজান সামৰিক বাহিনী শিৱিৰত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ লাচিত বৰফুকনৰ প্ৰতিমুৰ্তি উন্মোচন কৰে । প্ৰতিমুৰ্তি উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সাংসদ ৰামেশ্বৰ তেলী, চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱালৰ বিধায়ক ৰিতুপন বৰুৱা, লক্ষীপুৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত আছিল ।

Related Articles

Leave a Reply

Close