অসম

দেওমৰনৈত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা মূলক কাৰ্যসূচী ৰূপায়ণ

প্ৰথম খবৰ,দেওমৰনৈ: দৰং জিলাৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে পশ্চিম দৰঙৰ কেইবাখনো বিদ্যালয়ত জৰুৰীকালীন প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিষয়ৰ দিনযোৰা কাৰ্যসূচী এটি ৰূপায়ন কৰে বিদ্যালয় কৰ্তৃপক্ষই। প্ৰাকৃতিক দুৰ্যোগৰ পৰা কেনেদৰে নিজৰ লগতে আন দহ গৰাকীকো সুৰক্ষিত কৰিব পৰি সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক বিেশষভাৱে জ্ঞান প্ৰদান কৰা হয় ।

Related Articles

Leave a Reply

Close