অসম

দেৰগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ, দেৰগাঁও: দেৰগাঁও চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ একাংশ স্থানীয় ৰাইজৰ । শনিবাৰে দেৰগাঁও ৰঙামাটিৰ গেলাবিল নদীত মৃতদেহ উদ্ধাৰ হোৱা আশ্বি চিয়টীয়াৰ চুইছাইড নোটত উল্লেখ থকা বিশ্বান্ত কাব্ৰা নামৰ যুৱক জনক দেৰগাঁও আৰক্ষীয়ে এই পৰ্য্যন্ত গ্ৰেপ্তাৰ নকৰাত আৰক্ষীৰ বিৰুদ্ধে এই প্ৰতিবাদ । ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ৰাইজৰ । পথৰ দুয়োদিশে আৱদ্ধ বহুসংখ্যক যান-বাহন ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close