অসম

ধুবুৰীত চোৰাং বাইক উদ্ধাৰ

প্ৰথম খবৰ ধুবুৰী: যোৱা নিশা ধুবুৰী আৰক্ষীয়ে দুখন চোৰাং বাইক উদ্ধাৰ কৰে। ১১নং মাজেৰচৰ ৰিভাৰ ব্লকৰ বাসিন্দা হাচেন আলি মণ্ডল(২২)ৰ ঘৰৰ পৰা হিৰো স্প্লেনডাৰ বাইক এখন AS-17D-1081 আৰু ৰহিম আলি মণ্ডল(৫২)ৰ ঘৰৰ পৰা নম্বৰ নোহোৱা হিৰো গ্লেমাৰ বাইক এখন উদ্ধাৰ হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close