অসম

ধুবুৰীত স্বাস্থ্য সজাগতা সভা

প্ৰথম খবৰ,ধুবুৰী: ভাৰত চৰকাৰে ১৪ জুনত মুকলি কৰা ৰোটাভাইৰাচ ভেকচিনৰ গুণাগুণৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ ধুবুৰী জিলাৰ উপায়ুক্ত ধীৰাজ চৌধুৰীয়ে আজি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নীল মাধৱ দাসৰ সহযোগত নগৰখনৰ কিছু জ্যেষ্ঠ নাগৰিকৰ লগত ধুবুৰী উপায়ুক্তৰ কাৰ্য্যালয়ত এখন সাধাৰণ সভাৰ আয়োজন কৰে। উল্লেখনীয় যে ৰোটাভাইৰাচ হৈছে নৱজাতক শিশু সকলৰ মাজত হোৱা ডায়েৰীয়া আৰু পেটৰ অসুখ আদিৰ মূখ্য কাৰণ।

Related Articles

Leave a Reply

Close