অসম

নগাঁও কচুৱা আৰক্ষীৰ সফলতা

প্ৰথম খবৰ, কামৰূপ: গাড়ী চুৰি চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক। ধৃত মহিলা গৰাকী নাম ফাতেমা খাতুন। যোৱা ২৯ মে’ত কচুৱা আলী হুছেইন নামৰ এজন ডাইভাৰক হত্যা কৰি As0202484 নম্বৰৰ kwid গাড়ী লৈ উধাও হৈছিল গাড়ী চুৰি চক্ৰটো। ইয়াৰ পিছতে আলি হুছেইনৰ মৃতদেহ জুৰিয়াত এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে।তেতিয়াৰ পৰাই হত্যা কাৰী সন্ধানত আৰক্ষীয়ে তদন্ত চলইছিল।সোমবাৰৰ নিশা আৰক্ষীয়ে নগাঁও হেৰাপত্তি পৰা আটক কৰে ফাতেমা খাতুন নামৰ মহিলা গৰাকীক। সমগ্র ঘটনা স্বীকাৰ কৰিছে ধৃত মহিলা গৰাকীয়ে।

Related Articles

Leave a Reply

Close