অসম

নলবাৰীত বিধায়কৰ পথৰ আধাৰশিলা স্থাপন

প্ৰথম খবৰ,নলবাৰী: আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰকুৰা চ‘কৰ পৰা বাসুদেৱ দেৱালয়লৈ যোৱা গড়কাপ্তানী পথটো আৰু চকবজাৰৰ পৰা চি আৰ পি এফ কেম্প- জাপাৰকুছি হৈ তেৰেছিয়া লৈ যোৱা গড়কাপ্তানী পথটো আনুষ্ঠানিক ভাবে স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই আধাৰশিলা স্থাপন কৰে ৷ তদুপলক্ষে নলবাৰীৰ চকবজাৰত এখন ৰাজহুৱা সভা হয় ৷

Related Articles

Leave a Reply

Close