অসম
নলবাৰীত ভয়াৱহ সংঘাত

প্ৰথম খবৰ, নলবাৰী: নলবাৰীৰ আল্লিয়া নমাটিত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হোৱা ভয়ানক সংঘাটত দুয়োপক্ষৰ কেইবাজনো লোক আহত হয়।আহত লোককেইজন সম্প্ৰতি নলবাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, কুদৰুচ আলিৰ পুখুৰীৰ পাৰৰ মাটি নুৰ ইছলামৰ নেতৃত্বত এটি দলে অবৈধভাৱে JCB লৈ খান্দিব যোৱা সময়তে এই সংঘাটৰ সৃষ্টি হয়। অৱশেষত দুয়োপক্ষৰ এই সংঘাটে চুড়ান্ত ৰূপ লয়। ডেগাৰ আৰু দাৰে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণত জড়িত হৈ পৰে।