অসম

নলবাৰীত মহিলা কংগ্ৰেছৰ বিশাল প্ৰতিবাদ

প্ৰথম খবৰ, নলবাৰী: নলবাৰীত আজি মহিলা কংগ্ৰেছৰ বিশাল প্ৰতিবাদ। ৰাজ্যত নাৰী নিৰ্যাতন ,তথা নাৰীক সুৰক্ষা দিয়াৰ দাবীত। নলবাৰী জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত শতাধিক মহিলাই এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে। পিছত মহিলা কংগ্ৰেছ নেত্ৰী পাপৰি মালাকৰে সমবেত প্ৰতিবাদী মহিলা সকলৰ আগত কয় যে ৰাজ্য চৰকাৰ, প্ৰশাসনে মহিলা – আই সকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। অথচ পৰিৱৰ্তনৰ শ্লোগান দিয়ে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close