অসম

নলবাৰীৰ জোৱাৰ্দ্দিত অগ্নিকাণ্ড: সৰ্বহাৰা হ’ল দুটি পৰিয়াল

প্ৰথম খবৰ কৈঠালকুছি: নলবাৰী জিলাৰ কৈঠালকুছিৰ সমীপৱৰ্তী জোৱাৰ্দ্দিত আজি দিন দুপৰতে জুইৰ লেলিহান শিখাই উপেন বৈশ্য আৰু ভূপেন বৈশ্যৰ পৰিয়াল দুটিৰ বাইক, কাপোৰ কানি,কিতাপ পত্ৰ, মোবাইলৰ লগতে ঘৰৰ সকলো সা-সম্পত্তি গ্ৰাস কৰি সৰ্বহাৰা কৰে।

Related Articles

Leave a Reply

Close