অসম

নাওবৈচাত ভয়ানক পথ দুৰ্ঘটনা

প্ৰথম খবৰ, নাওবৈচা/লালুক: আজি সন্ধিয়া ৮.৩৫ বজাত লখিমপুৰ জিলাৰ লালুকৰ ১নং কৰুণাবাড়ীত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়৷ প্ৰতক্ষ্যদৰ্শীৰ মতে এখন ডিচক’ভাৰ মটৰ চাইকেল আৰু ইয়াহমাহ ইস্কুতিৰ মুখা-মুখি সংঘৰ্ষ হয়৷ দুয়োখন বাহনৰ আৰোহী গুৰুতৰভাৱে জখম হয় ৷ লালুক আৰ্দশ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি বেছি সংকতজনক দেখি লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আৰোহী কিজন হাবিবুৰ ৰহমান (২০)২নং কৰুণাবাড়ী,তইবুৰ ৰহমান(১৯)ইছলামপুৰ ,বেচাপতি,আনজন মহেশ মণ্ডল (২৭) শিঙিয়াত ঘৰ বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close