অসম

নাজিৰাত ৪ বছৰীয়া শিশু উদ্ধাৰক লৈ চাঞ্চল্য

প্ৰথম খবৰ,নাজিৰা: এটি ৪ বছৰীয়া শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে নাজিৰাৰ বালিঘাটত । পিতৃ মাতৃক বিচাৰি হাহাকাৰ কৰিছে কনমাণিজনীয়ে ৷ শিমলুগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী ৪ বছৰীয়া কন্য শিশু। ৰাধা নামৰ শিশুটিয়ে দেউতাকৰ নাম নন্দু যাদব বুলি প্ৰকাশ কৰিছে ।

Related Articles

Leave a Reply

Close