অসম

নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মন চিকিৎসাধীন

প্ৰথম খবৰ,নলবাৰী: বিশিষ্ট নাট্যকাৰ তথা কবি, নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ অৰৰা গাওঁৰ বাসিন্দা সমৰেন্দ্ৰ বৰ্মন হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী আমিনগাওঁৰ নাৰায়ণা চুপাৰ স্পেচিয়েলেটি হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ বিশিষ্ট নাট্যকাৰ গৰাকীৰ শীঘ্ৰে আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত নলবাৰীৰ বিভিন্ন দল-সংগঠনে ৷ যাৰ সৃষ্টিত সমাজ দৰদী নাট ৰাইজে উপভোগ কৰিব পাৰিছিল ৷ আজি নলবাৰী জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সাংস্কৃতিক সন্থা, জিলা সাংবাদিক সন্থাকে ধৰি বহু দল-সংগঠনে আৰোগ্য কামনা কৰিছে ৷

Related Articles

Leave a Reply

Close