অসম

নামৰূপত ১ জুলাইৰ পৰা মুখা শিল্পৰ কৰ্মশালা

প্ৰথম খবৰ,নামৰূপ: নামৰূপ সাৰ নগৰী বৰনামঘৰৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অহা ১ জুলাইৰ পৰা ৯ জুলাই লৈ এখনি মুখা শিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰিছে। ছাত্র ছাত্ৰী যুৱক যুৱতী তথা সকলো বয়সৰ ইচ্ছুক প্ৰশিক্ষাৰ্থী য়ে অংশ গ্ৰহণ কৰিব পৰা এই কৰ্মশালা খনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব মাজুলী চামগুৰি সত্ৰৰ প্ৰদীপ গোস্বামী । বৰনামঘৰ প্রাঙ্গনত অনুষ্ঠিত হব লগা কৰ্মশালা খনি উক্ত দিনা পুৱা ৯ বজাত উদ্বোধন কৰিব যোৰহাট কাকজান শিপহা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গিৰীণ মহন্তই।

Related Articles

Leave a Reply

Close