অসম

নাৰেংগীত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, নাৰেংগী: মহানগৰীৰ শিলসাকোঁ বিলত পৰি মৃত্যু নাৰেংগী সাতগাঁৱৰ দেৱেন নাথ নামৰ লোক এজনৰ। কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই অঘটন। SDRF আৰু NDRF এ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close