অসম

নিশা হাফলঙত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ,হাফলং: নিশা হাফলঙত উত্তপ্ত পৰিস্থিতি ৷ বন্ধ সমৰ্থকৰ হাফলং থানা ঘেৰাও ৷ তাৰ পিচতেই আৰক্ষীয়ে শূন্যলৈ গুলীচালনা আৰি লাঠীচাৰ্জ কৰে প্ৰতিবাদকাৰীৰ ওপৰত ৷ এই ঘটনাত কেবাজনো আৰক্ষীও আহত হয় ৷

Related Articles

Leave a Reply

Close