অসম

পশ্চিম নলবাৰীৰ সাহপুৰত জব্দ কৰে বুজন পৰিমানৰ ড্ৰাগছ জাতীয় দৰৱ

প্ৰথম খবৰ,বেলশৰ: নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত সাহপুৰ ৰাজঘাটত আজি নিশা ৮-৩০ বজাত নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা, ডি এছ পি নন্দিনী কাকতিৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলে হঠাতে অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ জাতীয় টেবলেট, বটল জব্দ কৰে ৷ লগতে অঞ্চলটোৰ দুৰ্গা মেডিকেল ষ্টোৰৰ স্বত্ত্বাধিকাৰী দেৱজিৎ শৰ্মাক আটক কৰি লৈ যায় ৷ অভিযানকাৰী দলটোত নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বদৰুল ইছলাম , বেলশৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপুল বড়োৱেও সহযোগ কৰে৷

Related Articles

Leave a Reply

Close