অসম

পুৰণিগুদামত পথ অৱৰোধ

প্ৰথম খবৰ,পুৰণিগুদাম/বঢ়মপুৰ: পুৰণিগুদামত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ ৷ অসম গন পৰিষদৰ নগাওঁ জিলা সমিতিয়ে পুৰণিগুদাম বাপুজী ভৱনৰ সন্মুখত প্ৰায় ১ ঘন্টা জুৰি পথ অৱৰোধ কৰে ৷ ৰাস্তা ঘাট মেৰামতি কৰণৰ দাৱীত অৱৰোধ কৰিলে ৩৭ নংৰাষ্ট্ৰীয় ঘাই পথটো ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close