অসম

পৃথক বড়োলেণ্ডৰ দাবীত টংলাত জোঁৰ সমদল

প্ৰথম খবৰ,টংলাঃ পৃথক বড়োলেণ্ডৰ দাবীত আজি সন্ধিয়া টংলা নগৰত এবছুৰ উদ্যোগত আৰু এনডিএফবি (প্ৰ) লগতে পিপুলচ জইন্ট একশ্বন কমিটি ফৰ্ বড়োলেণ্ড মুভমেন্ট নামৰ সংগঠনটোৰ সহযোগত প্ৰায় এক সহস্ৰাধিক সদস্যই হাতে হাতে জোঁৰ লৈ পৃথক বড়োলণ্ডৰ দাবীত বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ জনায় ৷ এনডিএফবিৰ নেতা এম গেৰেমাৰ উপস্থিতিত জোঁৰ সমদলৰ শুভাৰম্ভ কৰে এবছুৰ কেন্দীয় সমিতিৰ উপ সভাপতি দ্বীপেন বড়োয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close