অসম

প্ৰাণ গ’ল সমাজ কৰ্মী হিৰণ্য দলেই আততায়ীৰ গুলীত

প্ৰথম খবৰ ,চিলাপথাৰ: জোনাই সমষ্টিৰ ডেকাপাম নিবাসী সমাজ কৰ্মী তথা কংগ্ৰেছ নেতা হিৰণ্য দলেই আততায়ীৰ গুলীত আজি প্ৰাণ হেৰুৱাব লগা হয়। দহ অপৰাধীক অনতিপলমে কৰায়ত্ত কৰি ফাঁচী দিয়াৰ দাবী জনাইছে কংগ্ৰেছ দল। দলে জোনাই মহকুমা ITDP ৰ প্ৰাক্তন Chairman আছিল আৰু সদায় দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে সাহসেৰে মাত মাতি আহিছিল।

Related Articles

Leave a Reply

Close