অসম

বইটামাৰীত আছুৰ ছাত্ৰ সংহতি দিৱস পালন

প্ৰথম খবৰ,বইটামাৰী: সমগ্ৰ অসমৰ লগতে আজি বঙাইগাঁও জিলাৰ বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সংহতি দিৱস পালন কৰা হয় ৷ বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলনৰে এই দিৱস পালন কৰা হয় ৷ অনুষ্ঠানত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যিনোদ নাথ আৰু সভাপতি নীলোৎপল চক্ৰৱৰ্তী উপস্থিত থাকে ৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close