অসম

বকোত নিশা অঘটন

প্ৰথম খবৰ,বকো: বকো চহৰত নিশা অঘটন। 407 ট্ৰাকৰ ব’ডি ভাঙি ঘাইপথত পৰিল অবৈধ শালৰ কুণ্ডা। বহু সময়লৈ আৱদ্ধ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। অবৈধভাৱে সৰবৰাহ কৰা হৈছিল প্ৰায় ৫০ টা শালৰ কুণ্ডা। জব্দ AS01E-3818 নম্বৰৰ 407 ট্ৰাকখন। দূৰ্ঘটনা সংঘটিত হলেহে পোহৰলৈ আহে এনে ভয়াৱহ তথ্য। অসম-মেঘালয় সীমান্তৱৰ্তী আমৰেংকোনাৰ পৰা কুণ্ডাসমুহ অনাৰ সন্দেহ।

Related Articles

Leave a Reply

Close