Uncategorizedঅসম

বন বিভাগত দুৰ্নীতিৰ অভিযোগ : বন সংমণ্ডল বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু

প্ৰথম খবৰ,গোলাঘাট: গোলাঘাট বন বিভাগত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি আজি বিভাগটোৰ বিষয়া কর্মচাৰীৰ বিৰুদ্ধে এজন যুৱকে গোলাঘাট সদৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰায় ৷ জানিব পৰা মতে প্ৰতিম দুৱৰা নামৰ এজন যুৱকে দিয়া অভিযোগৰ ভিত্তিত গোলাঘাট বন সংমণ্ডল বিষয়া, বনাঞ্চলিক বিষয়াৰ লগতে অন্য তিনি জন ব্যক্তিৰ বিৰুদ্ধে IPC 379 r/w Sec 4 of Assam Forest Regulation Act ত এটি গোচৰ ৰুজু কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close