অসম

বাক্সাত চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

প্ৰথম খবৰ,মুছলপুৰ: আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাই পৰিৱেশ ৰক্ষাৰ সংকল্পৰে বাক্সাৰ উত্তৰকুছিত জিলা উপায়ুক্তৰ ওচৰত অস্ত্ৰসহ আত্মসমৰ্পণ চাৰিজন চোৰাং চিকাৰীয়ে ৷ তেওঁলোকে আত্মসমৰ্পণৰ সময়ত দুটা হস্তনিৰ্মিত বন্দুকো উপায়ুক্তৰ হাতত অৰ্পণ কৰে ৷

Related Articles

Leave a Reply

Close