অসম

বাক্সা জিলালৈ UPSC পৰীক্ষাত গৌৰৱ কঢ়িয়াই আনিলে মনোজ স্বৰ্গীয়াৰীয়ে

প্ৰথম খবৰ, বৰমা: বাক্সা জিলালৈ UPSC পৰীক্ষাত ১০৫৮ নং স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে মনোজ স্বৰ্গীয়াৰীয়ে ৷বৰমাৰ বাসিন্দা মনোজে ২০০৭ ত H.S.L.Cত বৰমা মিচন হায়াৰ চেকেণ্ডাৰী স্কুলৰ পৰা সপ্তম আৰু ২০০৯ ত পাঠশালা আনন্দৰাম একাডেমীৰ পৰা বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় ৷তেওঁৰ পিতৃ পেচাত এজন শিক্ষক। ভৱিষ্যতে পুনৰ IAS পোৱাৰ বাবে চেষ্টা চলাৱ মনোজে। ভাৰতীয় প্ৰসাসনিক বিষয়া হৈ দেশৰ লগতে বড়ো জনগোষ্ঠীয় দুখীয়া ঘৰৰ ল’ৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কথা প্ৰকাশ মনোজৰ ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close