অসম

বানত বুৰিল চিমেন চাপৰিৰ বিস্তীৰ্ণ অঞ্চল

প্ৰথম খবৰ চিমেন চাপৰি: দিখাৰী নৈৰ বানত জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ বহুকেইখন কৃষিজীৱি গাঁও জলমগ্ন হৈছে। বানত বুৰ যোৱা ১,২ আৰু ৩ নং জামুগুৰী, ২নং উলুৱনী,মাজগাওঁ, লংকা, ১,২ আৰু ৩ নং মলান, উলুৱনী জয়পুৰ, নলাপাৰা আদি জনবসতিপূৰ্ণ কৃষিজীৱি গাওঁ সমূহৰ ঘৰ-ভেটি, বাট-পথ,শস্য-পথাৰ জলমগ্ন হৈ পৰিছে। আনহাতে বানত জৰ্জৰিত অঞ্চলটোত পশু খাদ্যৰো অভাৱ ঘটিছে।

Related Articles

Leave a Reply

Close