অসম

বাৰুৱতীত অভিনন্দন অনুষ্ঠান সম্পন্ন

প্ৰথম খবৰ, চিচিবৰগাঁওঃ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনিপাম গাঁও পঞ্চায়তৰ বাৰুৱতী গাঁৱত লাচিত মধ্য ইংৰাজী বিদ্যালয় আৰু বাৰুৱতী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আজি অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত টাই আহোম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দুলাল বৰুৱা উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close