বিনোদনশীৰ্ষ

বিগ বছ ১১ত পুনৰ ছলমান, আৰম্ভ হৈছে পঞ্জীয়ন

প্ৰথম খবৰ, মুম্বাই: বিগ বছ-১১ পুনৰ হোষ্ট কৰিব অভিনেতা ছলমান খানে। ইতিমধ্যে কালাৰ্ছ টিভি কৰ্তৃপক্ষই বিগ বছৰ পৰৱৰ্তী সংস্কৰণ সম্পৰ্কে ঘোষণা কৰিছে। কালাৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজ নায়কে এক টুইটযোগে এটা ভিডিঅ’ ৰিলিজ কৰিছে।

ৰাজ নায়কে টুইটযোগে প্ৰকাশ কৰিছে যে কালাৰ্ছৰ এই জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোৰ পৰৱৰ্তী সংস্কৰণতো ছলমান খানক দেখা পাব অনুৰাগীসকলে।

Related Articles

Leave a Reply

Close