অসম

বিলাসীপাৰাত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ বলেৰ’ পিকআপ জব্দ

প্ৰথম খবৰ, বিলাসীপাৰা: বিলাসীপাৰাৰ শালকোচা আঞ্চলিক বন বনবিষয়া এ এছ তালুকদাৰ, বনৰক্ষী আতোৱাৰ ৰহমানৰ নেতৃত্বত লক্ষীগঞ্জ আৰক্ষীৰ সহযোগত লক্ষীগঞ্জ অঞ্চলৰ পৰা আজি দুপৰীয়া চোৰাং কাঠভৰ্তি গাড়ী এখন জব্দ কৰা হয়৷ এএছ 01চিচি-8142 নম্বৰৰ বলেৰ’ পিকআপ গাড়ীৰে লক্ষাধিক টকাৰ চোৰাং কাঠ কোকৰাঝাৰৰ ফালৰ পৰা বেলতলীৰ ফালে আনি থকা হৈছিল৷ বন আৰু আৰক্ষীৰ অভিযানকাৰী দলৰ উমান পাই চালকে গাড়ী এৰি পলাই যায়৷ জব্দকৃত গাড়ীখনত ৬০ ঘনমিটাৰ শালকাঠ উদ্ধাৰ হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close