অসম

বিশ্বনাথত ২ এন ডিএফবি(সং)ৰ লিংকমেনক আটক

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: বিশ্বনাথ আৰক্ষী আৰু ২৪ অসম ৰাইফলছৰ যুটীয়া অভিযানত অসম অৰুণাচল সীমান্তবৰ্তী থাৰাইবাৰীৰ পৰা দুজন এন ডিএফবি(সং)ৰ লিংকমেনক আটক কৰে । আটকাধীন লিংকমেন দুজন ক্ৰমে থানেশ্বৰ বসুমতাৰী আৰু চেকেন্দ্ৰা বসুমতাৰী । উদ্ধাৰ কেইবাজাই গুলীসহ দুটা ৰাইফল । সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে l

Related Articles

Leave a Reply

Close