অসম

বিহালীত ঝুমইৰ মেলা উদযাপন

প্ৰথম খবৰ, বিহালী: বিহালীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিহালীবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষৰ দৰে এই বাৰো উলহ মালহেৰে উদযাপন কৰে । প্ৰতিকূল বতৰকো নেওচি যথেষ্ট ৰাইজৰ সমাগম ঘটে ।

Related Articles

Leave a Reply

Close