অসম

বিহালীৰ দীনদয়াল উপাধ্যায় বিজ্ঞান মহাবিদ্যালয়ত আবেদন পত্ৰ বিতৰণ

প্ৰথম খবৰ, বিহালী: বিহালী সমষ্টিৰ প্ৰথমখন নিৰ্মীয়মান বিজ্ঞান শাখাৰ মহাবিদ্যালয়ৰ আবেদন পত্ৰ বিতৰণ কৰা হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ পৰাই বিজ্ঞান শাখাৰ পাঠদান আৰম্ভ হ’ব। আবেদন পত্ৰসমূহ বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত বিতৰণ কৰি থকা হৈছে।

Related Articles

Leave a Reply

Close