অসম

বেছিমাৰীত পৱিত্ৰ ঈদ উপলক্ষে চাফাই অভিযান

প্ৰথম খবৰ, দলগাঁও:  দৰং জিলাৰ বেছিমাৰীত ঈদ উপলক্ষে আমছু কৰ্মীয়ে বৃহত্তৰ বেছিমাৰীৰ কেন্দ্ৰীয় ঈদগাহ , বেছিমাৰী জামে মছজিদ আদি ঠাইত সমূহীয়া ভাবে চাফা কৰাৰ লগতে সমূহ অসম বাসীক পৱিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে দৰং জিলা আমছুৰ সাংগঠনিক সম্পাদক জছিম উদ্দিন মোল্লাই । আনফালে বেছিমাৰীৰ সাংবাদিক সকলে নং ৫ বৰুৱাঝাৰ স্থিত সমূহীয়া কবৰস্থান খন পৰিস্কাৰ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close