অসম

বৈঠালাংছ’ত বান: মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা বাতিল

প্ৰথম খবৰ,হামৰেণ: বৈঠালাংছ’ত বান ৷ ফেনেফোটোকাৰে বাঢ়িছে কাৰ্বি লাংপি নদী ৷ যোৱা কেইদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত জলস্তৰ বাঢ়িছে কাৰ্বি লাংপি নদীৰ ৷ যিকোনো মুহুুৰ্ত্তত বুৰাই পেলাব পাৰে একধিক গাওঁ ৷ ইতিমধ্যে কাৰ্বি লাংপীক বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৈঠালাংছ’-বৰছালি পথ ৷ স্তব্ধ হৈ পৰিছে ১৫ খন গাঁৱক যোগাযোগ ৷ বানপানীৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰীৰ বৈঠালাংছ’ত হবলগীয়া নিৰ্বাচনী সভা বাতিল কৰা বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close