অসম

ব্যৱসায়ী হত্যাৰ প্ৰতিবাদত পথ অৱৰোধ

প্ৰথম খবৰ, লালুক: লালুকৰ  সমীপৰ যুৱনগৰৰ যুৱ ব্যৱসায়ী গুলজাৰ খানৰ হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আমছু কৰ্মীৰ। পথ অৱৰোধৰ ফলত বহু গাড়ী আৱদ্ধ হৈ পৰিছে ঘাইপথটোত।

Related Articles

Leave a Reply

Close