অসম

বঢ়মপুৰত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,বঢ়মপুৰ: বঢ়মপুৰত মৃতদেহ উদ্ধাৰ চলচলিৰ হালোৱা গাঁৱৰ পথৰ সমীপত উদ্ধাৰ শৰৎ চন্দ্ৰ ভাগৱতী নামৰ লোকজনৰ মৃতদেহ। মৃত লোকজনৰ ঘৰ বঢ়মপুৰৰ হাজৰিকা চুকত। পুৱা প্ৰাতঃভ্ৰমনলৈ অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে পুৰণিগুদামৰ আৰক্ষীক। মদ্যপান কৰি নিশা লোকজন মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। আৰক্ষীৰ তদন্ত অব্যাহত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close