অসম

বৰহাটত গড়কাপ্টানি পথৰ ওপৰত বালিৰ দ’ম

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ বৰুৱাছালি মৌজাৰ অন্তৰ্গত বৰহাট-বৰুৱানগৰ সংযোগী কছাৰী পথাৰ নিবাসী জনৈক বৰা নামৰ এজন ব্যক্তিয়ে নিজৰ মইমতালিৰে ৰূপশ্ৰী পথৰ ওপৰত বালি দম কৰি ৰাখি যানবাহনৰ যাতায়াতৰ অসুবিধা সৃষ্টি কৰা পৰিলক্ষিত হৈছে । স্থানীয় ৰাইজে অচিৰেই পথৰ ওপৰ পৰা আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।

Related Articles

Leave a Reply

Close