অসমশীৰ্ষ

বৰহাটত বিদ্যুৎ বিভাগৰ মৰণফান্দ

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ সোণাৰি সংমণ্ডল বিদ্যুৎ বিভাগৰ অন্তৰ্গত নাহৰপুখুৰী-বৰপথাৰ গাওঁৰ ঐতিহাসিক নাহৰ আলি সমীপত এনেদৰে বিদ্যুৎ বিভাগে এজোপা গছত বিদ্যুৎ সংযোগ কৰা পৰিলক্ষিত হৈছে। বিদ্যুৎ বিভাগৰ এনে মৰণফান্দ কাৰ্যক সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অচিৰেই উপযুক্ত ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তপক্ষক দাবী জনাইছে।

Related Articles

Leave a Reply

Close